হাতত কিতাপৰ পৰিৱৰ্তে খোল-তাল লৈ ৰাজপথত কাকজান মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী

 12/07/2019 - 17:21

টীয়কঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত উত্তাল টীয়কৰ কাকজান। চৰকাৰক সুমতি দিয়াবলৈ এইবোৰ খোল তাল লৈ ৰাজপথলৈ ওলাল কাকজান মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী৷ কাকজান মহাবিদ্যালয়ত নিষিদ্ধ ঘোষণা চৰকাৰৰ মন্ত্ৰী বিধায়কক। কাকজানৰ পৰা ঢেকীয়াখোৱা পৰ্যন্ত উলিওৱা এই শোভাযাত্ৰাত পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ভাগ লয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।