নলবাৰী থানা চকত যুৱকংগ্রেছে জ্বলালে মোডিৰ পুত্তলিকা

 12/10/2019 - 13:00

নলবাৰীঃ নলবাৰী জিলা যুৱকংগ্রেছৰ সভাপতি সত্যেন দাস, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি হালৈৰ নেতৃত্বত সোমবাৰে সন্ধিয়া থানা চকত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডিৰ পুত্তলিকা দাহ কৰে। 'কেব' ৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ অব্যাহত ৰখা কংগ্ৰেছ দলটোৱে নলবাৰীত ভালেমান কাৰ্যসূচী ৰূপায়ন কৰি আছে। যুৱকংগ্রেছৰ দলটোৱে নলবাৰী থানাৰ চকত এই কাৰ্য্যসুচী ৰূপায়ন কৰে ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।