ৰঙিয়াত নামনিমুৱা নৰ্থ ইষ্ট এক্সপ্ৰেচ অৱৰোধ

 12/10/2019 - 17:35

ৰঙিয়াঃ আছু আৰু অন্য কেইবাটাও সংগঠনে ৰঙিয়া ষ্টেচন পোৱাৰ আগত অৱৰোধ কৰে নৰ্থ ইষ্ট এক্সপ্ৰেচ ৰে’লখন । কেইবাশ কৰ্মীয়ে প্ৰায় ১ঘন্টা ধৰি আবদ্ধ ৰে’লখন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।