মৰিগাঁৱত কেবৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ বিভিন্ন দল-সংগঠনৰ

 12/11/2019 - 15:41

মৰিগাঁওঃ মৰিগাঁও নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ দল সংগঠনৰ। কৰবাত যদি পথ অবৰোধ, টাৱাৰ জ্বলাই প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ আকৌ কৰবাত হিমন্ত বিশ্বক সকীয়নি ছাত্ৰ সন্থাৰ, মুখে মুখে কেৱল কেব বিৰুধী শ্ল’গান। এতিয়া কথা হ’ল কিমান দিনলৈ চলিব প্ৰতিবাদ কিমান দিনলৈ জ্বলিব অসম, দেখিও সকলো নেদেখা ভাও কিয় চৰকাৰৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।