CAA বাতিলৰ দাবীত পুনৰ শিল্পী সমাজৰ অৱস্থান ধৰ্মঘট

 12/19/2019 - 15:19

নিউজ ডেস্কঃ চানমাৰি অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত শিল্পীসকলৰ গণ অৱস্থান কাৰ্যসূচীলৈ সমৰ্থন আগবঢ়াইছে আছু, কৰ্মচাৰী পৰিষদৰ লগতে ৩০টা জনগোষ্ঠীয় সংগঠনে। উল্লেখ্য যে ৰাজ্যৰ ২০০০ গৰাকী শিল্পীক চৰকাৰে ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য দিয়াৰ ঘোষণাত তীব্ৰ ক্ষোভ প্ৰকাশ শিল্পী সমাজৰ। চৰকাৰৰ কোনো সুবিধা গ্ৰহণ নকৰে বুলি হুংকাৰ শিল্পী সমাজৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।