যোৰহাটত কাৰাগাৰৰ পৰা মুকলি হৈয়েই প্ৰতিবাদকাৰীৰ মুখত জয় আই অসম ধ্বনি

 12/20/2019 - 12:55

যোৰহাটঃ মুকলি আকাশৰ তলত কা" বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ হোৱা প্ৰতিবাদকাৰী। যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ পৰা জামিনত মুকলি পালে দিব্যজ্যোতি শৰ্মা, পুলক শইকীয়া, অৰিন্দম কাশ্যপ, বাস্তৱ শইকীয়া, গৌতম মহন্ত, নগেন দাস, আয়ুব খান, কস্তুৰী ৰঞ্জন ৰাজখোৱা আৰু নয়ন মনি বৰাই। ইয়াৰে দিব্যজ্যোতি শৰ্মা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যোৰহাট জিলা সমিতিৰ উপদেষ্টা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।