কা’ বিৰুদ্ধে বাক্সাতো অব্যাহত আছে আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ

 12/21/2019 - 12:43

খাৰিজা বিজনীঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বাক্সা জিলাতো অব্যাহত আছে কা’ বিৰুদ্ধে প্ৰতিবাদ। বাক্সাত 'জাতিক জগোৱা চিঞৰ' কাৰ্যসূচী। আঞ্চলিক ছাত্ৰ সন্থাৰ এই প্ৰতিবাদী কাৰ্যসূচী। গাতিৰ পৰা শালবাৰীলৈ জোৰ লৈ সমদল। বিজেপি চৰকাৰ হায় হায়, কা’ আমাক নালাগে, জয় আই অসম ধ্বনি প্ৰতিবাদকাৰীৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।