যোৰহাটত 'কা' বাতিলৰ দাবীত নাৰী শক্তিৰ অৱস্থান কাৰ্যসূচী

 12/21/2019 - 15:25

যোৰহাটঃ আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত 'কা' বাতিলৰ দাবীত নাৰী শক্তিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী। যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে মহিলাসকলে । তেওঁলোকৰ এটাই দাবী কোনোপধ্যে মানি নলয় নাগৰিকত্ব সংশোধনী আইন ২০১৯। আনহাতে সত্ৰ মহাসভা আৰু মায়ামৰা সম্প্ৰদায়ৰ লোকসকলে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি গায়ন-বায়নেৰে 'কা্'ৰ বিৰুদ্ধে প্ৰতিবাদী সমদল বাহিৰ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।