12/21/2019 - 15:36
in
নগাঁওঃ সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ টা জনগোষ্ঠী ছাত্ৰ সন্থাৰ আহ্বানত উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত নাৰী শক্তিৰ বিক্ষোভ অৱস্থানত প্ৰায় শতাধিক নাৰীয়ে অংশগ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ এই প্ৰতিবাদতেই কেবৰ পৰা হলগৈ কা কা সৰ্বানন্দ ৰ বহুৱালি চা চা চা। হিমন্তৰ বহুৱালি চা চা" শীৰ্ষক আইসকলে সৃষ্টি কৰিলে নতুন দিহানামৰো৷ বিজেপি চৰকাৰ হাই হাই, হিমন্ত গ’ বেক, কা’ আমি নামানো ধ্বনিৰে নগাঁৱৰ পৰিবেশ উত্তাল কৰি সৰ্বানন্দৰ সুমতি কামনা কৰে আইমাতৃ সকলে৷