নিজ সমষ্টিতে স্থানীয় ৰাইজে প্ৰৱেশ নিষিদ্ধ কৰিলে মৃণাল শইকীয়াৰ

 12/29/2019 - 14:34

গোলাঘাটঃ জাতিধংসী নাগৰিকত্ব সংশোধনী আইন সমৰ্থন কৰা বিধায়ক গৰাকীৰ লগতে 'কা্' সমৰ্থনকাৰী সকলোকে নিষিদ্ধ কৰিছে গাওঁখনত। গাওঁৰ বিভিন্ন স্থানত বেনাৰ পো’ষ্টাৰ মাৰি সকিয়নী প্ৰদান কৰে বিধায়ক গৰাকীক। ইফালে ঢেকিয়াল আধলিচুকৰ ৰাইজে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি গাওঁৰ চৌদিশে প্ৰতিবাদী সমদল বাহিৰ কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্লো’গানেৰে উত্তাল কৰি তোলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.