নগাঁৱত "কা" বাতিলৰ দাবীত অব্যাহত প্ৰতিবাদ

 01/08/2020 - 15:43

নগাঁওঃ নগাঁৱত "কা" বাতিলৰ দাবীত অব্যাহত আছে প্ৰতিবাদ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে "কা" বাতিলৰ দাবীত বুধবাৰে নগাঁও চহৰত উলিয়াই এক গণ সমদল৷ নগাঁও মহাবিদ্যালয়ৰ সন্মুখৰ পৰা উলিওৱা এই প্ৰতিবাদী সমদলত সাহিত্যিক, সাংবাদিক, অধিবক্তা, কৃষক আদিয়ে অংশগ্ৰহণ কৰি "কা" বাতিলৰ দাবীত আৰু বিজেপি মুৰ্দাবাদ শ্লো’গান দি নগাঁও চহৰৰ ৰাজপথ উত্তাল কৰি তোলে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।