নগাঁৱৰ নৰ্তম গাঁৱত পথ দুৰ্ঘটনা

 03/21/2020 - 17:10
 
 
 
নগাঁওঃ নগাঁৱৰ নৰ্তম গাঁৱত পথ দুৰ্ঘটনা। এখন কাঠ ভৰ্তি ট্ৰাক বাগৰি পৰিল যাত্ৰীবাহী বলেৰ বাহনত। AS09C 6372 নম্বৰৰ কাঠভৰ্তি ট্ৰাকখন বাগৰি পৰে AS 01DY 9031 বলেৰ খনৰ ওপৰত। যাত্ৰীবাহী বলেৰ খনত অহা ৩জন যাত্ৰী গুৰুতৰভাৱে আহত। গুৰুতৰভাৱে আহত ব্যক্তি কেইজনক ততাতৈয়াকৈ নগাঁৱৰ চিকিৎসালয়লৈ প্ৰেৰণ। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবেই এই ঘটনা সংঘটিত হোৱা অভিযোগ স্থানীয় ৰাইজৰ।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।