by PratibimbaLive 03/26/2020 - 14:15 in ৰাজ্য 0 Comment মঙলদৈঃ ৰাইজৰ মাজত এতিয়াও লকডাউন তথা কৰ'ণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধক লৈ সজাগতাৰ অভাৱ। লকডাউনৰ সময়ত মঙলদৈৰ বিভিন্ন অঞ্চলত ওলাই অহা একাংশক আৰক্ষীয়ে দিলে শিক্ষা৷ প্ৰতিবিম্ব লাইভ 'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।