মহানুভৱতাঃ কৰ’ণাৰ ৰোগীক চিকিৎসা কৰিবলৈ ২০ লাখ টকাৰ অনুদান বলিউদৰ অভিনেতা ঋত্বিক ৰোচনৰ

 03/29/2020 - 16:45
 
নিউজ ডেস্কঃ যি সময়ত সমগ্ৰ দেশতেই কৰ’ণাই সংহাৰী ৰূপ ধাৰণ কৰিছে সেই সময়ত এই ব্যাধিক ৰোধ কৰিবৰ বাবে অভিনেতা ঋত্বিক ৰোচনে কৰ’ণাৰ ৰোগীক চিকিৎসা কৰিবলৈ ২০ লাখ টকাৰ অনুদান আগঢ়ায়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।