নগাঁৱত শোকাবহ দুৰ্ঘটনা

 04/16/2020 - 16:59

কামপুৰ: নগাঁও জিলাৰ কচুৱাৰ বিৰিঙাটিত শোকাবহ দুৰ্ঘটনা। তীব্ৰবেগী বাইকে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়ালে গছত। থিতাতে নিহত এজন ন এজন গুৰুতৰভাৱে হত। নিহত জন ১ নং ফাকলিৰ বু ছাহিদ, হতজন ছাহিদ মিঞা।

হতজনক কচুৱা মডেল হস্পিতাললৈ প্ৰেৰণ কৰিছে ৰক্ষীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।