এখন সাম্প্ৰদায়িক পত্ৰ: তামুলপুৰ বিদেশী ন্যায়াধীকৰণৰ সদস্যৰ বিৰুদ্ধে গোছৰ ৰুজু আমছুৰ

 04/17/2020 - 13:13

খাৰিজা বিজনী: অসম আৰোগ্য নিধিলৈ সাহায্য প্ৰদান কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা এখন পত্ৰই সৃষ্টি কৰিছে জোকাৰণি পত্ৰখনত তবলীগী জামাত, জেহাদী আৰু জাহিলৰ সহায়ৰ বাবে ধন ব্যৱহাৰ নকৰিবলৈ হ্বান জনাইছিল 

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা পত্ৰখনত স্বাক্ষৰ কৰিছিল বাক্সা জিলাৰ তামুলপুৰ বিদেশী ন্যায়াধীকৰণৰ সদস্য কমলেশ কুমাৰ গুপ্তাই পত্ৰখনৰ যোগেদি এটা নিৰ্দিষ্ট সম্প্ৰদায়ক টাৰ্গেট কৰি সাম্প্ৰদায়িক মনোভাৱ প্ৰকাশ কৰাৰ অভিযোগ উত্থাপন কৰি কমলেশ কুমাৰ গুপ্তাৰ বিৰুদ্ধে মুছলপুৰ আৰক্ষী চকীত বাক্সা জিলা মছুই ৰুজু কৰিছে গোচৰ 

ৰুজু কৰা গোচৰৰ অধীনত শীঘ্ৰেই গুপ্তাক গ্ৰেপ্তাৰ কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ হ্বা জনাইছে বাক্সা জিলা আমছুই

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।