সৰুপথাৰত অনুষ্টুপীয়াকৈ বইসাখু উৎসৱ উদযাপন

 04/23/2020 - 13:57

সৰুপথাৰ: লকডাউনৰ পৰিপেক্ষিতত সামাজিক দুৰত্ব বজাই ৰাখি সৰুপথাৰৰ উৰিয়ামঘাট সীমান্তৰ জয়ন্তীপুৰত বড়োসকলৰ জাতীয় উৎসৱ ৰংজালী বইসাখু সন্মিলন অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হয়। 

উৰিয়ামঘাট সীমান্তৰ জয়ন্তীপুৰৰ ৰংজালী বইসাখু উৎসৱে এইবাৰ ২০ বৰ্ষ অতিক্ৰম কৰিছে উদযাপন সমিতিৰ বিষয়ববীয়া একত্ৰিত হৈ সামাজিক দূৰত্ব বজাই ৰাখি কেৱল পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ কৰি অনুষ্টুপীয়াকৈ বড়ো নৃত্য বাগৰুম্বা প্ৰদৰ্শন কৰি সামৰণি মাৰিলে বিশতম ৰংজালী বইসাখু উৎসৱ

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।