বাক্সাত লকডাউনৰ মাজতে নৃত্য গীতেৰে বড়ো জনগোষ্ঠীৰ হেঁপাহৰ বৈশাগুক ধৰি ৰখাৰ প্ৰয়াস

 04/28/2020 - 15:21

খাৰিজা বিজনীৰাজ্যত লকডাউনৰ এইবাৰ ৰাজ্যবাসীয়ে পালন কৰিব পৰা নাই হেঁপাহৰ ৰঙালী বিহু সমান্তৰালভাৱে অসমৰ ভূমিপুত্ৰ বড়ো জনগোষ্ঠীৰ লোকসকলেও উল মালহেৰে অনুষ্ঠিত কৰিব নোৱাৰিলে বৈশাগু উৎসৱ কিন্তু তাৰ পিছতো পৰম্পৰাক ধৰি ৰখা চেষ্টা চলাইছে বাক্সাৰ খাৰিজা বিজনীৰ বড়ো জনগোষ্ঠীৰ লোকসকলে বাক্সাৰ ছামথায়বাৰীত বড়ো জনগোষ্ঠীৰ লোকে ঘৰতে অনুষ্টুপীয়াকৈ বৈশাগুৰ আয়োজন কৰে

সামাজিক দুৰত্ব বজাই ৰাখি বড়ো কিশোৰীয়ে ঘৰতে নৃত্য কৰি পৰম্পৰাক ধৰি ৰখাৰ প্ৰয়াস কৰে

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।