বঙাইগাঁৱত ৬১ জনক হোম কোৱাৰেন্টাইন

 05/01/2020 - 14:47

বঙাইগাঁও: বঙাইগাঁৱত ৬১ জন হোম কোৱাৰেন্টাইন বঙাইগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু চাপৰাকাটা ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰ চীল চিকিৎসালয় দুখনৰ সাত চিকিৎসক, নাৰ্চকে ধৰি কৰ্মচাৰীক কোৱাৰেন্টাইনলৈ প্ৰেৰণ 

কালি জিলাখনত চাৰিজন ক'ৰণা পজিটিভ পোৱাৰ পিছত জিলা আৰক্ষী, প্ৰশাসনৰ যুদ্ধকালীন ক্ষিপ্ৰতা জিলাখনৰ প্ৰৱেশ পথৰ বিভিন্ন স্থানত চীল 

ইফালে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে সদৰ চহৰখন পৰিভ্ৰমণ কৰি পৰিস্থিতি পৰ্যবেক্ষণ কৰি থকাৰ লগতে যিকোনো পৰিস্থিতিৰ মুখামুখি হ'বৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া জিলা প্ৰশাসনৰ লগত আলোচনা অব্যাহত ৰাখিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।