05/08/2019 - 18:06
in
জ্ঞানেন চক্ৰৱৰ্তীঃ দিল্লী চৰকাৰৰ শিক্ষা বিভাগৰ নমুনা চাব নেকি?তিনিবছৰ আগতে দিল্লী চৰকাৰৰ শিক্ষামন্ত্ৰী মনীষ চিচোদিয়া, উপদেষ্টা আতিচীমাৰলেনা, শিক্ষা বিষয়া আৰু কিছুসংখ্যক শিক্ষকে চৰকাৰী ধন ভাঙি ফিনলেণ্ডলৈ স্কুল চাবলৈ গৈছিল। আৰু এতিয়া দিল্লীৰ চৰকাৰী স্কুলৰ ৰিজাল্ট চাব নেকি?
সমগ্ৰ দেশৰ প্ৰাইভেট স্কুলৰ ৰিজাল্ট ৮২.৫৯ শতাংশ,দিল্লীৰ চৰকাৰী স্কুলৰ ৯৪.২৪ শতাংশ! ২০৩খন চৰকাৰী স্কুলৰ ৰিজাল্ট ১০০ শতাংশ!দিল্লীৰ চৰকাৰী স্কুলৰ এয়া ঐতিহাসিক ৰিজাল্ট! এই ৰিজাল্টে সমগ্ৰ দেশৰ চৰকাৰী স্কুলৰ ৰিজাল্টক পিচ পেলালে!হয়,আজিৰ তাৰিখত দিল্লীৰ শিক্ষা বিভাগ বেষ্ট! আজি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক চৰিয়ালে,এই দুৰ্ভাগ্যজনক ঘটনা যদি কোনোবা পিএমৰ ক্ষেত্ৰত হ'লহেতেন ....?এইবোৰ বন্ধ হব লাগে।