11/16/2021 - 12:43
in
টীয়কঃ শ্ৰীকৃষ্ণৰ ৰাস লীলালৈ মাজত এটা দিন বাকী। এটা দিন বাকী থকাৰ সময়তেই ৰাজ্যৰ প্ৰতিখন ৰাসৰ সমান্তৰালকৈ দুপৰ নিশালৈকে শেষ আখৰাত ব্যস্ত হৈ পৰিছে ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰৰ পৰিৱেশ। আৰু এটা দিনৰ পাছতেই বৃন্দাবনলৈ পৰিণত হ'ব ৰাজ্য। প্ৰতি গৰাকী কলা-কৌশলী এতিয়া সীমাহীন ব্যস্ত হৈছে চূড়ান্ত আখৰাত দুপৰ নিশালৈকে। বাহী, খোলৰ মাতত ৰাজ্যৰ প্ৰতিখন ৰাসৰ সমান্তৰালকৈ ঢেকীয়াখোৱা বৰ নামঘৰৰ পৰিৱেশো বৃন্দাবনলৈ ৰূপান্তৰিত হৈছে। ক'ভিড প্ৰ'টকলৰ মাজেৰে এটা দিনৰ পাছতে ৰাস পাতিবলৈ চূড়ান্ত আখৰাত দুপৰ নিশালৈকে ব্যস্ত হৈ পৰিছে ঐতিহাসিক ঢেঁকীয়াখোৱা বৰ নামঘৰৰ সমূহ ৰাইজ।