01/05/2022 - 12:57
in
নিউজ ডেস্কঃ আই আই টি গুৱাহাটীত ক’ভিডৰ গণসংক্রমণ। অৰ্ধশতাধিক শিক্ষাৰ্থীৰ দেহত ক’ভিডৰ উপস্থিতি। আক্রান্তসকলৰ অধিকাংশই ৰাজ্যৰ বাহিৰৰ পৰা অহা শিক্ষাৰ্থী। বাহিৰলৈ অহা-যোৱা কৰা বন্ধ কৰা হৈছে শিক্ষাপ্রতিষ্ঠানখনত। আই আই টিত নিৰ্মাণ কৰা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰ।