02/06/2022 - 17:13
in
নিউজ ডেস্কঃ লতা মংগেশকাৰৰ মহাপ্ৰয়াণত দুদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰাৰ দিশে আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ। চৰকাৰী সূত্ৰৰ উদ্ধৃতিৰে এই দাবী কৰিছে সংবাদসংস্থা ANI-এ। সুৰ সম্ৰাজ্ঞীক শ্ৰদ্ধা জনাই আগন্তুক দুটা দিন অৰ্ধনমিত হৈ থাকিব জাতীয় পতাকা। লগতে ৰাষ্ট্ৰীয় মৰ্যদাৰে সম্পন্ন হ'ব শেষকৃত্য।