08/09/2019 - 16:16
in
![](https://pratibimbalive.com/sites/default/files/styles/article-detail/public/articles/nu_4.jpg?itok=4XkZd5RN)
দক্ষিণ শালমাৰাঃ ধুবুৰী নেহৰু যুৱ কেন্দ্ৰৰ সহযোগত আজি ফকিৰগঞ্জৰ আইৰকাটা ছোৱালী হাই মাদ্ৰাছাৰ উদ্যোগত শিক্ষা প্ৰতিষ্ঠানটোৰ বাকৰিত এক চাফাই অভিযান অনুষ্ঠিত হয়। উল্লেখ্য যে আগন্তুক স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি আইৰকাটা ছোৱালী হাই মাদ্ৰাছাৰ শিক্ষাৰ্থী সকলে মাদ্ৰাছা চৌহদ পৰিস্কাৰ পৰিচ্ছন্ন কৰি শিক্ষা প্ৰতিষ্ঠানটো আটক ধুনীয়া কৰি তোলে।