সকলোৱে কৰক প্ৰাৰ্থনাঃ অভিনেতা জয়ন্ত দাসৰ স্বাস্থ্য অতি সংকটজনক...

 12/10/2023 - 17:50
  • বিশিষ্ট অভিনেতা জয়ন্ত দাসৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক।
  • ৰাতিয়েই এপ'ল' হাস্পাতলত সংকটজনক অৱস্থাত তেওঁক ভৰ্তি কৰোৱা হয় ।
  • সৰস অভিনয়েৰে দৰ্শকৰ মন আহ্লাদিত কৰি যোৱা মৰমৰ শিল্পীজন সুস্থ হোৱাৰ কামনা অনুৰাগীৰ।
  • এপল হস্পাতালতৰ বাহিৰত বহু অনুৰাগীয়ে ভিৰ কৰিছে।
  • জানিব পৰা মতে, শেহতীয়াকৈ দাসৰ স্বাস্থ্য অধিক গুৰুতৰ হৈ পৰিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।