05/01/2019 - 14:39
in
লখিমপুৰঃ ৬০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি এগৰাকী ৭ বছৰীয়া কনমানি৷এটা ভাড়া কোঠাত আছিল বিহাৰৰ বিশ্বনাথ ৰাম নাম লোকজন৷লম্পটজনে কৰে লেপ-তুলিৰ ব্যৱসায়।
ভাড়া ঘৰৰ কাষৰ পৰিয়ালৰ কনমানি শিশুটিক দীৰ্ঘদিনৰে পৰা চলাইছিল যৌন নিৰ্যাতন৷ যোৱা নিশা শিশুটিৰ পৰিয়ালৰ লোকে হাতে-লোটে ধৰে লোকজনক৷লম্পট বৃদ্ধক উত্তম মধ্যম সোধাই চমজাই দিয়ে বান্দৰদেৱা আৰক্ষীক ৷