ধাৰাষাৰ বৰষুণৰ ফলত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ডিব্ৰু নদীকে ধৰি ব্ৰক্ষ্মপুত্ৰৰ জলপৃষ্ঠ

 05/26/2020 - 14:47

তিনিচুকীয়া: বছৰৰ প্ৰথমটো বানত বুৰ গৈছে তিনিচুকীয়াৰ গুইজানকে ধৰি ভিন্ন অঞ্চল। ডিব্ৰু নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে গুইজান নতুন গাঁও সংযোগী পকী পথটোও।এফালে ক'ৰণা ভাইৰাছৰ বাবে দেশত চলি থকা লকডাউন আনফালে অকস্মিকভাৱে অহা বাৰিষাৰ প্ৰথমটো বানে পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি কৰিছে অঞ্চলবাসীক। বাঢ়নী পানীৰ ফলত গুৰিজান আৰক্ষীৰ চকীত পানী সোমাই গাড়ী, বাক, বহুতো আচবাব নষ্ট হৈছে। কিছু লোকৰ ঘৰৰ ভিতৰলৈকে পানী সোমোইছে

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।