যোৰহাটত কা’ বাতিল, অখিল গগৈ আৰু দেৱাংগনা কলিতাৰ মুক্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী

 11/18/2020 - 16:06

 

যোৰহাটঃ আজি যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত কা’ বাতিল, অখিল গগৈ আৰু দেৱাংগনা কলিতাৰ মুক্তিৰ দাবীৰ লগতে সাংবাদিক হত্যা আৰু নিৰ্যাতন আৰু সাম্প্ৰদায়িকৰণৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে ধৰ্ণাৰে যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখ উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক প্ৰবীণ দাস।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।