ধুবুৰীৰ ভাষানীচৰ গাঁৱত ভূত বাংলা সদৃশ পঞ্চায়ত কাৰ্য্যালয়

 05/22/2019 - 18:04

ধুবুৰীঃ পঞ্চায়ত নিৰ্বাচন গ'ল। লোকসভা নিৰ্বাচনো পাৰ হৈ গ’ল। লাখ লাখ টকা ব্যয় কৰি পঞ্চায়তৰ প্ৰতিনিধিও হ’ল।

পঞ্চায়ত কাৰ্য্যালয়ৰ পৰিৱৰ্তনো এনে ধৰণৰ হ'ল! আপুনি বিশ্বাস নকৰিলেও এইটো ধুবুৰী জিলাৰ ভাষানীচৰ গাঁও পঞ্চায়তৰ কাৰ্য্যালয়।

অতি পৰিতাপৰ বিষয় যে ভূত বাংলা সদৃশ পৰিৱেশৰ মাজতেই চলিছে পঞ্চায়তৰ কামকাজ। কিন্তু কিয় পঞ্চায়ত কাৰ্য্যালয়ৰ এনে অৱস্থা? হঠাৎ পৰিৱৰ্তনৰ কথা কোৱা চৰকাৰৰ স্বচ্ছ ভাৰতৰ এয়াই নেকি নমুনা?

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।