ডিফু লোকসভা সমষ্টিত কংগ্ৰেছৰ অগ্ৰগতি

 05/23/2019 - 12:52

বোকাজানঃডিফু লোকসভা সমষ্টিৰ অন্তৰ্গত বোকাজান বিধানসভা সমষ্টিৰ দ্বিতীয় ৰাউণ্ডৰ ভোটগণনাৰ অন্তত

কংগ্ৰেছ ( বিৰেণ সিং ইংতি) = ৫৩৩৭
বিজেপি ( হৰেণ সিং বে) = ৬৬৯০
এনপিপি ( লিনখ'চন) = ১৬১
এএছডিচি ( হলিৰাম টেৰাং) = ৯৯২
নিৰ্দলীয় ( জন ইংতি কাথাৰ ) = ১৪৮৮

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।