অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী অসুস্থ

 05/29/2019 - 14:46

ডিজিটেল ডেস্ক: ৰাজ্যৰ খাদ্য আৰু যোগান বিভাগৰ মন্ত্রী, অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী অসুস্থ। অসুস্থ নেতাজনক মঙলবাৰে খানাপৰাস্থিত হেলথ চিটী নামৰ হাস্পতালখনত ভৰ্তি কৰোৱা হৈছে।

উল্লেখ্য যে শেহতীয়া লোকসভা নিৰ্বাচনত চৌধুৰীয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।