09/09/2021 - 13:15
in
হোজাইঃ হোজাই জিলা প্ৰশাসনে যোৱা ৬ জুন তাৰিখত কাকী ৰৱাৰ বাগানৰ কাষতে লাগি থকা তিনিহাজাৰ বিঘা অঞ্চলত অবৈধভাৱে মাটিত দখল কৰি থকা পৰিয়ালক উচ্ছেদ কৰিছিল।
আজি সেই উচ্ছেদিত অঞ্চলটোত জামাতী ই ইছলামী হীন্দ অসম নামৰ NGOৰ এটা সজাগতা দলে সেই অঞ্চলত উপস্থিত হৈ উচ্ছেদিত লোকসকলৰ খৱৰ লোৱাৰ লগতে কিছু ধন প্ৰদান কৰে।
লগতে উচ্ছেদিত লোকসকলে আমাৰ সাংবাদিকৰ কেমেৰাৰ আগতে কয় যে আমাক চৰকাৰে কিবা এটা সুবিধা কৰি দিয়ক আমি কণ কণ ল’ৰা-ছোৱালী লৈ ক’ত যাম ক’ত খাম চৰকাৰে কিবা এটা সুবিধা কৰি দিয়ক।