09/10/2021 - 13:35
in
মাজুলীঃ আজিও খেৰকটীয়া নদীৰ ওপৰত ৰচী টনা হাত-নাও দি পাৰাপাৰ হ’ব লাগে মাজুলীবাসী। মাজুলীৰ জেংৰাইমুখ বৰপমুৱাৰ ঘাটত এতিয়াও ৰচী টনা নাও দি বিপদসংকুল যাত্ৰা কৰিব লাগে ৰাইজে। লখিমপুৰ আৰু মাজুলীৰ মাজত অৱস্থিত এই ঘাট টোৱে প্ৰায় 30 খন গাঁৱৰ সংযোগ স্থাপন কৰে। যিকোনো সময়ত হ’ব পাৰে এক অভাৱনীয় ঘটনা।