09/19/2021 - 17:50
in
কাকপথাৰঃ অৰুণাচল প্ৰদেশৰ ৰাজপথত ছুপাৰ কাৰৰ আগমন৷ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে বহু বিলাসী লেম্বৰঘিনি, অডি, ফেৰাৰীয়ে৷ অৰুণাচলৰ পাছিঘাটৰ পৰা আৰম্ভ ছুপাৰ কাৰ ৰেলি৷ ছুপাৰ কাৰ সমূহে অৰুণাচল প্ৰদেশৰ প্ৰায় ১০০০ কিলোমিটাৰ পথত চলিব৷ আজি পুৱা অৰুণাচলৰ নামচাইত দেখিবলৈ পোৱা গল কেইবাখনো ছুপাৰ কাৰ৷