গুৱাহাটীত অনুষ্ঠিত হৈছে কাগজেৰে তৈয়াৰ কৰিব পৰা সামগ্ৰীৰ কৰ্মশালা

 06/01/2019 - 18:05

গুৱাহাটী: গুৱাহাটীৰ কমাৰ্ছ কলেজস্থিত বেচৰকাৰী সংস্থা 'দা ইগনাইৰ্টাছে' লৈ আহিছে কাগজেৰে তৈয়াৰ কৰিব পৰা সামগ্ৰীৰ এক কৰ্মশালা। আজিৰ পৰা আৰম্ভ হোৱা এই কৰ্মশালাখন অহা ২ জুনলৈ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। কৰ্মশালাখনত বিভিন্ন প্ৰান্তৰ বহুকেইগৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। এই কৰ্মশালাখনত প্ৰশিক্ষণ প্ৰদান কৰিছে দিল্লীৰ আকাংক্ষা মহন্তই।

আগ্ৰহী লোকসকলক শীঘ্ৰেই ৯৯৫৪২৫৪৮২৮ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে সংস্থাৰ বিষয়ববীয়াসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।