09/24/2021 - 12:45
in
কামপুৰঃ ছিপাঝাৰৰ অমানৱীয় কাণ্ডক গৰিহণা দিছে কচুৱা তিনিআলিৰ পৰিবহন শ্ৰমিক সন্থাই। শ্ৰমিক সন্থাৰ সন্থাৰ সভাপতি ছাইদুৰ ৰহমানে তীব্ৰ ভাষাৰে সমালোচনা কৰে চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। তেওঁ অসমৰ সকলো লোককে ভাগ ভাগ নকৰি শান্তি-সম্প্ৰীতিৰে জীয়াই সকলো জাতি-জনগোষ্ঠীক জীয়াই থকাৰ বাবে চৰকাৰে সুবিধা দিবৰ বাবে আহ্বান কৰে। ইফালে এটা মৃতদেহক লৈ এজন ফটো গ্ৰাফাৰে যি অমানবীয় কাণ্ড কৰিলে কঠোৰ ভাষাৰে সমালোচনা কৰে।