09/25/2021 - 14:46
in
নিউজ ডেস্কঃ OMR শ্বিটত পোৱা গৈছে ব্যাপক বিসংগতি। 'পুনৰ অনুষ্ঠিত হ'ব APDCLৰ পৰীক্ষা। ২০১৯ চনত অনুষ্ঠিত হোৱা APDCLৰ ফিল্ড এচিচটেণ্টৰ পৰীক্ষা বাতিল কৰা হৈছে। পৰীক্ষাত ব্যাপক খেলিমেলি হৈছিল। আজি গ্ৰেপ্তাৰ হোৱা ১০গৰাকী লোকে সহায় কৰিছিল ২৭৮ গৰাকী পৰীক্ষাৰ্থীক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য।