শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ প্ৰতিবাদত বন্ধৰ আহ্বান জনোৱা কংগ্ৰেছী ৰফিকুল ইছলামক বৰ্খাস্ত কৰিলে APCCয়ে

 10/03/2021 - 17:07
 
 
 নিউজ ডেস্কঃ অনুমতি নোহোৱাকৈ বন্ধৰ আহ্বান কৰি বিপদত পৰিল কংগ্ৰেছী৷ ৰফিকুল ইছলামক বৰ্খাস্ত কৰা হ'ল৷ ৰফিকুলে শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ প্ৰতিবাদত বন্ধৰ আহ্বান জনাইছিল৷ বাঘবৰৰ মন্দিয়া ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰফিকুল৷ দলীয় অনুমতি লোৱা নাছিল ৰফিকুলে৷ দলৰ ভাৱমূৰ্তি নষ্ট কৰাৰ অভিযোগত ৰফিকুলক কঠোৰ ব্যৱস্থা৷ 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।