10/07/2021 - 19:04
in
নিউজ ডেস্কঃ ৰুক্মীণিগাঁৱত নিশা সুৰামত্ত অৱস্থাত গাড়ী চলাই দুৰ্ঘটনা সংঘটিত কৰা মডেল ৰাজকন্যা বৰুৱাৰ জামিন আবেদন নাকচ ন্যায়ালয়ৰ। এদিনৰ বাবে বিতৰ্কিত মডেল গৰাকীক প্ৰেৰণ কৰিলে আৰক্ষীৰ জিম্মালৈ।
বিতৰ্কিত মডেল গৰাকীক সুৰক্ষা প্ৰদান কৰা জি এন আৰ চিৰ এগৰাকী জ্যেষ্ঠ চিকিৎসকৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰিব পাৰে আৰক্ষীয়ে। আনহাতে ৰাজকন্যা বৰুৱাৰ ড্ৰাইভিং লাইচেন্স জব্দ কৰি বাতিলৰ নিৰ্দেশ পৰিবহণ বিভাগক।