by PratibimbaLive 10/26/2021 - 14:48 in ৰাজ্য 0 Comment নিউজ ডেস্কঃ বিগত ২৪ ঘণ্টাত ভাৰততত ক’ৰণাত আক্ৰান্ত হৈছে ১২হাজাৰ ৪২৮গৰাকী ৰোগী। ৩৫৬ গৰাকী ৰোগীৰ মৃত্যু৷ ২৪ ঘণ্টাত ১৫হাজাৰ ৯৫১গৰাকী ৰোগী সুস্থ৷ প্ৰতিবিম্ব লাইভ 'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।