৫২ সংখ্যক ইণ্ডিয়ান পেনোৰমালৈ নিৰ্বাচিত আইমী বৰুৱাৰ ছবি

 11/06/2021 - 13:36
 
 
নিউজ ডেস্কঃ আইমী বৰুৱাৰ ছবি ইণ্ডিয়ান পেনোৰমালৈ নিৰ্বাচিত। ডিমাছা ভাষাত নিৰ্মিত ছেমখৰ ছবিৰ বাবে এই মনোনয়ন। ৫২ সংখ্যক ইণ্ডিয়ান পেনোৰমাৰ IFI বঁটাৰ বাবে নিৰ্বাচিত। ছবিখনত অভিনয় কৰাৰ লগতে পৰিচালনাও আইমী বৰুৱাৰ।২০ নৱেম্বৰৰ পৰা গোৱাত অনুষ্ঠিত হ’ব ছবি মহোত্‍সৱ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।