যোৰহাটৰ বুধদেৱ মহিলা সমিতি কাৰ্যালয়ত কলিতা জনগোষ্ঠী ছাত্ৰ-সন্থাৰ সাংগঠনিক সভা

 12/05/2021 - 18:12
 
 
যোৰহাটঃ যোৰহাটৰ বুধদেৱ মহিলা সমিতি কাৰ্যালয়ত দেওবাৰে অনুষ্ঠিত হয় সাংগঠনিক সভাখন। পিছপৰা থকা জনগোষ্ঠীটো ন্যায় প্ৰাপ্তিৰ সংগ্ৰামখনৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ যোৰহাট জিলা সমিতিৰ এখন সভা অনুষ্ঠিত হয় মুখ্যমন্ত্ৰীযে টেলিভিছনত দিয়া মন্তব্যক লৈ ধিক্কাৰ সংগঠনটো। সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ সম্পাদক কমল বৰ্মন উপস্থিত থাকি পিছপৰি ৰোৱা জনগোষ্ঠীটোৰ কিদৰে  আগবঢ়াই নিব পাৰি তাৰ ওপৰত বক্তব্য প্ৰদান কৰে।
 
ইতিমধ্যে সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ অসমৰ বিভিন্ন জিলাৰ ৰাইজৰ মাজলৈ সংগ্ৰামখনলৈ যোৱা হৈছে আৰু কলিতা জাতিটোৰ উন্নয়নৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ গ্ৰহণ কৰি সভা সমিতি আহ্বান কৰা হৈছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।