12/12/2021 - 17:48
in
খাৰিজা বিজনীঃ ডি ভোটাৰ কৰ্তন আৰু ডি ভোটাৰৰ নামত জাননী বন্ধ কৰাৰ দাবীৰে কোঁচ ৰাজবংশী জাতীয় পৰিষদ আৰু স্থানীয় ৰাইজৰ প্ৰতিবাদ।
We want justic, ন্যায় আমাক লাগিবই, কোচ ৰাজবংশীৰ ওপৰত হাৰাশাস্তি নচলিব আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি কোঁচ ৰাজবংশীসকলক জনজাতিকৰণ আৰু পৃথক ৰাজ্য গঠন কৰাৰ দাবী কোচ ৰাজবংশী কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ৰ।