12/18/2021 - 14:29
in
নিউজ ডেস্কঃ পিঠিৰ বিষ হ'লে সাৱধান হওক। দেশজুৰি অমিক্ৰণৰ ত্ৰাসৰ মাজতে দক্ষিণ আফ্ৰিকাৰ চিকিৎসক সকলে পিঠিৰ বিষক অমিক্ৰণৰ প্ৰকাৰৰ আন এক সচৰাচৰ লক্ষণ হিচাপে চিনাক্ত কৰে। ইয়াৰ অন্য লক্ষণসমূহ চৰ্দি লগা, মূৰৰ বিষ, হাঁচি অহা, ডিঙিৰ খজুৱতি আৰু শৰীৰৰ পৰা ঘাম ওলোৱা।