12/23/2021 - 18:33
in
নিউজ ডেস্কঃ ব্যক্তিগত সংস্থাক এতিয়াৰ পৰা চৰকাৰী চাকৰিৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া নহয়। আৰক্ষীৰ চাকৰিত নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিব ছেবাই। ঘোষণা কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।