৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ১৮ বছৰ অনুৰ্ধ কিশোৰ-কিশোৰীক ভেকচিন প্ৰদান অভিযান

 12/29/2021 - 14:23
 
 
 
 
নিউজ ডেস্কঃ ৩ জানুৱাৰী ২০২২ৰ পৰা আৰম্ভ হ’ব ১৮ বছৰ অনুৰ্ধ কিশোৰ-কিশোৰীক ভেকচিন প্ৰদান অভিযান।দেশৰ লগতে অসমতো প্ৰদান কৰা হ’ব ভেকচিন। ভেকচিন প্ৰদানৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে স্বাস্থ্য বিভাগ।প্ৰথম পৰ্যায়ত ১৫-১৮ বছৰৰ কিশোৰ-কিশোৰীক সামৰি লোৱা হ’ব।ইফালে, ৰাজ্যত প্ৰথম পালি ভেকচিন প্ৰদানৰ বাবে প্ৰয়োজন হ’ব ১৮লাখৰো অধিক ভেকচিন।এই প্ৰক্ৰিয়াত বিদ্যালয়-মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীক অগ্ৰাধিকাৰ দিয়াৰ কথা জনালে ৰাজ্যৰ শিক্ষা বিভাগে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।