01/06/2022 - 15:04
in
নিউজ ডেস্কঃ আমোল-মোল চানমাৰিৰ বাকৰি, গ্ৰন্থৰ সুবাস ল'বলৈ হাতত ধৰি আহিল আইতা-ককাও। দেখা গ'ল এক নিভাঁজ ভালপোৱা।হাত এখন সকলোকে লাগে খামুচি ধৰিবলৈ| এই হাতখনৰ বাবেইতো সকলো ৰৈ থাকে। খামুচি ধৰি পাৰ কৰাই নিব সকলো সংকট আৰু ভিৰৰ পৰা|