01/18/2022 - 13:16
in
নিউজ ডেস্কঃ ক’ৰণাত আক্ৰান্ত হোৱা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ। সোমবাৰে নিশা বিধায়কগৰাকী জি এম চি এইচলৈ স্বাস্থ্যৰ পৰীক্ষাৰ বাবে গৈছিল যদিও নিশাই উভতি আহে ঘৰলৈ। বৰ্তমান ক’ৰণাত আক্ৰান্ত পত্নী-পুত্ৰৰ সৈতে ঘৰতে কোৱাৰেন্টাইন হৈ আছে বিধায়কগৰাকী।