বাক্সাৰ শালবাৰী তথা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ ফাতেমাবাদ চাহ-বাগিচাত ৰাজহুৱা সভা

 01/21/2022 - 13:16
 
 
শালবাৰীঃ বাক্সাৰ শালবাৰী তথা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ ফাতেমাবাদ চাহ-বাগিচাত ৰাজহুৱা সভা। বাগিচাখনৰ শ্ৰমিকৰ হাৰাশাস্তিৰ অভিযোগ তুলি ৰাজহুৱা সভা। দীৰ্ঘদিন ধৰি ভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত ফাতেমাবাদ চাহ-বাগিচাৰ চাহ শ্ৰমিকসকলে লাভ কৰা নাই পি এফৰ ধন। বাগিচাখনৰ লগত জড়িত সুৰা মাফিয়া ৰাজেশ জালানৰ বিৰুদ্ধে ক্ষোভ শ্ৰমিকসকলৰ। শীঘ্ৰে সমস্যা সমাধানৰ দাবী বীৰছা কামাণ্ডো ফ'ৰ্চৰ চি এন চি বীৰসিং মুণ্ডাৰ লগতে বাক্সা জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি প্ৰাঞ্জল ডেকা।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।