01/21/2022 - 19:42
in
নিউজ ডেস্কঃ বিশেষ ন্যায়াধীশৰ আদালতত আত্মসমৰ্পণ উদ্ধৱ ভৰালীৰ। আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ভৰালীক।
গুৱাহাটী উচ্চ ন্যায়ালয়ে উদ্ধৱ ভৰালীৰ অগ্ৰীম জামিন নাকচ কৰিছিল।এগৰাকী কিশোৰীক নিৰ্যাতন চলোৱা অভিযোগ উত্থাপন হৈছিল ভৰালীৰ বিৰুদ্ধে।